WATCH | Barpeta News : চেঙা আদৰ্শ চিকিৎসালয়ৰ কৰ্মৰত চিকিৎক ডাঃ আয়ুব আলি আহেমদক আটক
বৰপেটা,২৯মে’ : চেঙা আদৰ্শ চিকিৎসালয়ৰ কৰ্মৰত চিকিৎক ডাঃ আয়ুব আলি আহেমদক আটক।
ৰোগীক চিকিৎসা সেৱা আগবঢ়াই থকা অৱস্থাত আটক কৰা হয় চিকিৎসক জনক।
আটক কৰাৰ পিছত চিকিৎসালয়ত হাহাকাৰময় পৰিবেশ সৃষ্টি হয় জৰুৰী কালীন ৰোগী সকলৰ মাজত।
চিকিৎসালয়খনত নাই বৰ্তমানো পৰ্যাপ্তমানৰ চিকিৎসক(Barpeta News)।
তাৰাবাৰী আৰক্ষীৰ সহযোগত কলগাচিয় আৰক্ষীয়ে আটক কৰে ডাঃ আয়ুব আলি আহমেদক।
চিকিৎসালয়ৰ পৰা বুধবাৰে নিশা আটক কৰে কলগাছিয়া আৰক্ষীয়ে চিকিৎক গৰাকীক।
আটক হোৱাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
লগতে পঢ়ক : WATCH | Road Accident : বাইক আৰু ট্ৰাকৰ মাজত ভয়ংকৰ দুৰ্ঘটনা