WATCH | Sensational incident : কলকাতাত উদ্ধাৰ নগাঁৱৰ যুৱকক ছিন্নমুণ্ড

নগাঁও,২৮মে’ : কলকাতাত নৃশংস হত্যা নগাঁৱৰ এজন যুৱকক।
নগাঁও জিলা বঢ়মপুৰৰ অন্তৰ্গত কন্দলীৰ যুৱকক শিৰচ্ছেদ কলিকতাত।
কন্দলী কমাৰপাৰ কছাৰীগাঁৱৰ ৰূপজ্যোতি খাকলাৰী নামৰ এজন যুৱকক নৃশংস হত্যা।
যোৱা ২৫মে’ ত কলকাতাত নৃশংস ভাৱে হত্যা কৰা হৈছিল ৰূপজ্যোতিক।
ৰূপজ্যোতিৰ ছিন্নমুণ্ড উদ্ধাৰ হৈছিল কলকাতাত(Sensational incident)।
কামৰ সন্ধানত ২৩মে’ ত কলকাতালৈ গৈছিল ৰূপজ্যোতি।
দুটি কন্যা সন্তানৰ পিতৃ ৰূপজ্যোতি আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী।
ৰূপজ্যোতিৰ মৃতদেহ আনিবলৈ পৰিয়ালৰ নাই ধন।
মুখ্যমন্ত্ৰী আৰু বিধায়ক জিতু গোস্বামীক সহায়ৰ আহ্বান পৰিয়ালৰ।
লগতে পঢ়ক : WATCH | Nagaon News : নগাঁও কাৰ্বি আংলং সীমান্তত শ্ৰমিকৰ মৃত্যু