Local, Vocal, Global

WATCH | Jorhat News : শৃংখলৰ নেতৃত্বত বাংলাদেশীৰ বিৰুদ্ধে আন্দোলন যোৰহাটত

যোৰহাট,২৮মে’ : যোৰহাটত সন্দেহজনক বাংলাদেশী আজাদ চৌধুৰী অভিযোগ বীৰ লাচিত সেনা অসমৰ।

যোৰহাট পৌৰসভাই আজাদ চৌধুৰী নামৰ এজন সন্দেহজনক বিদেশীক চৰকাৰী ভুমি অনুমোদন দিয়াক লৈ গুৰুতৰ অভিযোগ বীৰ লাচিত সেনা অসমৰ।

ভুৱা জন্ম প্ৰমাণ পত্ৰ লৈ আজাদ চৌধুৰি নামৰ ব্যক্তিজন যোৰহাটত বসবাস কৰা অভিযোগ শৃংখল চলিহাৰ(Jorhat News)।

যোৰহাট পৌৰসভাৰ একাংশ কৰ্মচাৰী পৌৰসভাৰ সদস্যই আজাদ চৌধুৰী নামৰ সন্দেহজনক বিদেশী জনৰ পৰা ছাগলী মাংস খাই ঠিকা দিয়া অভিযোগ শৃংখল চলিহাৰ ।

সন্দেহ জনক বাংলাদেশী আজাদ চৌধুৰী চৰকাৰী ভূমিত নিৰ্মাণ কৰা বাসগৃহ ভাঙিবলৈ এসপ্তাহ সময় সীমা বান্ধি দিলে পৌৰসভাক।

লগতে পঢ়ক : WATCH | Bongaigaon News : লাডেনৰ গৃহত কোকৰাঝাৰ আৰক্ষীৰ অভিযান