WATCH | India Pakistan Tensions : ‘ভাৰত পাকিস্তানৰ যুদ্ধৰ কোনেও বিচাৰিব নোৱাৰিব প্ৰমাণ’
নিউজ ডেস্ক,২৮মে’ : ভাৰত পাকিস্তানৰ যুদ্ধৰ কোনেও বিচাৰিব নোৱাৰিব প্ৰমাণ। কাৰণ যি হৈছে সকলো কেমেৰাৰ সন্মুখতেই হৈছে।অপাৰেচন সিন্দূৰ’ক লৈ প্ৰধামন্ত্ৰীৰ ভাষণ
অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজ গৃহ ৰাজ্য গুজৰাটত অনুষ্ঠিত কৰে এখন ৰাজহুৱা সভা। মঙলবাৰে গান্ধীনগৰত ৰাজহুৱা সভাৰ পৰাই পাকিস্তানক উদ্দেশ্যি আক্ৰমণ মোদীৰ। ।
কাঁইট গজিলে গোটেই শৰীৰত অস্বস্তিৰ সৃষ্টি হয়। এইবাৰ আমি সিদ্ধান্ত লৈছো। সেই কাঁইট আঁতৰাইহে এৰিম(India Pakistan Tensions)।
পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ দুসপ্তাহ পূৰ্বে অপাৰেচন সিন্দূৰ লঞ্চ কৰিছিল ভাৰতে। তাৰ পিছতে তিনিদিন ধৰি চলে আক্ৰমণ-প্ৰত্যাক্ৰমণ। তাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত যুদ্ধবিৰতি ঘোষণা কৰে দুয়োখন দেশে।
মঙলবাৰে মোদীৰ মুখত শুনা গ’ল সেই প্ৰত্যাঘাতৰ কথা। ২২ মিনিটত তেওঁলোকক শেষ কৰি পেলাইছো।
ইয়াৰ পাছতেই কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়
এইবাৰ সকলো কেমেৰাৰ সন্মুখতেই হৈছে। যাতে কোনোৱে প্ৰমাণ নিবিচাৰে।
লগতে পঢ়ক : WATCH | Chapar News : চাপৰত ল’ৱাৰ আসাম চাউণ্ড এচ’চিয়েশ্বন সংবাদ মেল