WATCH | Shrinkhal Chaliha : যোৰহাটত বাংলাদেশীৰ দপদপনিৰ অভিযোগ
যোৰহাট,২৭মে’ : যোৰহাটত শৃংখল চলিহা উপস্থিত।
কেবাটাও গুৰুতৰ অভিযোগ শৃংখল চলিহাৰ।
যোৰহাট জিলা বীৰ লাচিত সেনা সমিতিয়ে অভিযোগ দাখিল কৰিছে ।
যোৰহাটত বাংলাদেশীৰ দপদপনিৰ অভিযোগ(Shrinkhal Chaliha)।
কোন ৰাজনৈতিক নেতাৰ আশীৰ্বাদত যোৰহাটত বাংলাদেশীৰ দপদপনি।
যোৰহাটৰ মাজমজিয়াৰ এটা বিৰ্তকিত অঞ্চল ৰজামৈদাম ঢাকাপটিক লৈ গুৰুতৰ অভিযোগ ।
আজাদ চৌধুৰী নামৰ এজন যুৱকৰ বিৰোদ্বেও জিলা আয়ুক্ত অভিযোগ দাখিল শৃংখল চলিহাৰ সহ যোৰহাট জিলা বীৰ লাচিত সেনাৰ।
লগতে পঢ়ক : WATCH | Self-reliant Women : গোগামুখৰ এগৰাকী স্বাৱলম্বী মহিলা