WATCH | Lumding News : গোৱালপাৰা পৰা নিখোজ বাহন উদ্ধাৰ লামডিঙত

লামডিং,২৬মে’ : গোৱালপাৰা পৰা নিখোজ বাহন উদ্ধাৰ লামডিঙত ।
লামডিং আৰক্ষী উদ্ধাৰ কৰি বাহনখন গোৱালপাৰা আৰক্ষীক গোটাই দিয়ে ।
ৰে’লৱে পাৰ্কিংঙত আছিল ASO1DL895 নম্বৰৰ চুইফট ডিজায়াৰ Swift Dzire ।
বাহন খনৰ মালিক গোৱালপাৰাৰ পুতুল দাস(Lumding News)।
লামডিং আৰক্ষী উদ্ধাৰ কৰি গোৱালপাৰা আৰক্ষীক গোটাই দিয়ে ।
নিজৰ বিলাসী বাহন ঘুৰাই পাই আনন্দিত বাহনৰ গৰাকী।
লগতে পঢ়ক : WATCH | Jagiroad News : সুদীৰ্ঘ ৭ বছৰৰ পিছত পুনৰ ৰাজ সিংহাসনত অধিষ্ঠিত হ’ল তিৱা সকলৰ পৰম্পৰাগত খলা ৰজা