Local, Vocal, Global

WATCH | Self Reliance through Farming: কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে দেৰগাঁৱৰ মুনীনন্দ্ৰ বৰাই

দেৰগাঁও,২৬মে’ : কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে দেৰগাঁৱৰ মুনীনন্দ্ৰ বৰাই।

২০১১ চনৰ পৰা কৃষি কাৰ্যৰ লগত জড়িত মুনীনন্দ্ৰ বৰা(Self Reliance through Farming)।

কবি,বেঙেনা,নেমু,জলকীয়া,তৰমুজ ইত্যাদি নানান ধৰণৰ খেতিৰ জড়িয়তে দেখিছে স্বাবলম্বীতাৰ পথ।

অসমৰ বিভিন্ন ঠাইলৈ কৃষক মুনীনন্দ্ৰ বৰাই এই পাচলি সমূহ পঠাবলে সক্ষম হৈছে।

লগতে পঢ়ক : WATCH | Nagaon News : নগাঁও জিলা পুথিভঁৰালত পঞ্চায়ত নিৰ্বাচনত বিজয়ী হোৱা বিজেপিৰ প্ৰাৰ্থীসকলক সম্বৰ্ধনা