Local, Vocal, Global

WATCH : Doom Dooma News : বীৰ লাচিত সেনাৰ নেতাক আটক

ডুমডুমা,২৩মে’ : বীৰ লাচিত সেনাৰ নেতাক আটক।

নিশা প্ৰায় ১ বজাত ডুমডুমা আৰক্ষীয়ে থানালৈ লৈ যায় বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলাৰ যুটীয়া সচিব অভিষেক বড়াক ।

দুলীয়াজান স্তব্ধ কৰাৰ হুংকাৰ দিয়াৰ বাবেই ইজনৰ পিছত সিজনক আৰক্ষীৰ আটক(Doom Dooma News)।

ইতিমধ্যে দুলীয়াজানলৈ বুলি ডুমডুমা, ফিল’বাৰী পেঙেৰীৰ পৰা ৰাওনা বীৰ লাচিত সেনাৰ শ শ সৈনিক।

লগতে পঢ়ক : WATCH | Sumi Borah : মুকলি আকাশৰ তললৈ চুমি বৰা