Local, Vocal, Global

WATCH | Sumi Borah : মুকলি আকাশৰ তললৈ চুমি বৰা

ডিব্ৰুগড়,২২মে’ : জামিন লাভৰ পিছত মুকলি আকাশৰ তললৈ চুমি বৰা ।

সুদীৰ্ঘ ৮মাহৰ অন্তত কাৰাগাৰৰ পৰা ওলাল ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত চুমি(Sumi Borah)।

ট্ৰেডিং কেলেংকাৰী গোচৰত ৮ মাহে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দীত্ব জীৱন কটাই অৱশেষত জামিন লাভ কৰিলে।

লগতে পঢ়ক : WATCH | African swine fever : বৰপেটা জিলা প্ৰশাসনে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে জাৰি কৰিছিল নিষেধাজ্ঞা