WATCH | Sivsagar News : শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ সংবাদমেল
শিৱসাগৰ,২২মে’ : শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ সংবাদমেল।
শংকৰ জ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগত এই সংবাদমেল(Sivsagar News)।
তনু শ্বাহীক গ্ৰেপ্তাৰ কৰিব বাবে ৭২ ঘন্টাৰ সময়সীমা বান্ধি দিলে যৌথ সংগ্ৰামী মঞ্চই ।
অন্যথা উজনি অসম বন্ধ কৰি দিয়া হুংকাৰ ১২ টা সংগঠনৰ।
লগতে পঢ়ক : WATCH | Thief terro in Jorhat : যোৰহাটত চিলনী চোৰৰ সন্ত্ৰাস