WATCH | Thief terro in Jorhat : যোৰহাটত চিলনী চোৰৰ সন্ত্ৰাস
যোৰহাট,২২মে’ : যোৰহাটত চিলনী চোৰৰ সন্ত্ৰাস।
যোৰহাটৰ ঠাকুৰবাৰী সমীপত এজন ব্যক্তিৰ হাতৰ পৰা এটা পইচা বেগ থপিয়াই পলাবলৈ লওতেই ৰাইজে কৰায়ত্ত কৰি পইচাৰ বেগটো উদ্ধাৰ কৰে।
চিলনী চোৰটোৰ ঘৰ যোৰহাটৰ ৰজা মৈদামত বুলি জানিব পৰা গৈছে(Thief terro in Jorhat)।
লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পাই আৰক্ষী উপস্থিত হৈ চিলনী চোৰটোক থানালৈ লৈ যায়।
লগতে পঢ়ক : WATCH | Mob Kills Tiger in Khumtai : জীৱ শ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ গ’ল এটা ঢেঁকীয়াপতীয়া বাঘৰ