WATCH | Weather News : অনাগত ৪ দিনলৈ উজনি-নামনিৰ ২৪খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট
নিউজ ডেস্ক,২২মে’ : অনাগত ৪ দিনলৈ উজনি-নামনিৰ ২৪খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট।
প্ৰতি ঘণ্টাত ৭০কিঃমিঃ বেগেৰে আহি আছে ধুমুহা।
বতৰে কালৰূপ ধাৰণ কৰিছে( Weather News)।
নিশাৰে পৰা ৰাজ্যৰ ভিন্ন প্রান্তত অব্যাহত মুষলধাৰ বৰষুণ।
২৪ মে’পর্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি।
কোন কোন জিলাত জাৰি হাই এলাৰ্ট।
গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া,ডিমাহাচাও, কাছাৰ, হাইলাকান্দি, শ্রীভূমি জিলাত জাৰি এলাৰ্ট। ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, গোৱালপাৰা, কোকৰাঝাৰ
চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, নলবাৰী, কামৰূপ,কামৰূপ (মেট্ৰ’), নগাঁও, পশ্চিম কার্বি-আংলং, কার্বি-আংলং।
লগতে পঢ়ক : WATCH | Tanu Shahi has sought forgiveness : অৱশেষত ক্ষমা বিচাৰিলে তনু শ্বাহীয়ে