WATCH | Moirabari News : লাহৰিঘাটত এক্সন মুডত নৱ নিযুক্ত সমজিলা আৰক্ষী অধীক্ষক দিগন্ত বৰুৱা
মৈৰাবাৰী,২২মে’ : লাহৰিঘাটত এক্সন মুডত নৱ নিযুক্ত সমজিলা আৰক্ষী অধীক্ষক দিগন্ত বৰুৱা।
লাহৰীঘাট আৰক্ষীয়ে দীৰ্ঘদিনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে নৱ নিযুক্ত সম জিলা আৰক্ষী অধীক্ষকে(Moirabari News)।
আৰক্ষী বিষয়া গৰাকীয়ে নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই লাহৰিঘাট বজাৰত ৰাস্তাৰ ওপৰত থকা অবৈধ ভাৱে দোকান পোহৰ আৰু নম্বৰ বিহীন গাড়ীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰে। ট্ৰেফিক আইন নমনা একাংশ ই-ৰিক্সাক দৌৰাই দৌৰাই বজাৰ পাৰ কৰিলে এইদৰে। স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি লাহৰীঘাট আৰক্ষীক অৱগত কৰিও কোনো সুফল পোৱা নাছিল। কিন্তু সম জিলা আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিয়েই দীগন্ত বৰুৱাই অভিযান চলাই বজাৰ ছাফা কৰি দিয়ে।
লগতে পঢ়ক : WATCH | Kaliabor News : ড্ৰাগছৰ বিৰুদ্ধে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী