Local, Vocal, Global

WATCH | Kaliabor News : ড্ৰাগছৰ বিৰুদ্ধে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

কলিয়াবৰ,২২মে’ : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে কলিয়াবৰৰ জখলাবন্ধাত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী।

কলিয়াবৰৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ ঘটনা।

যাৰ ফলত আজি প্ৰতিবাদত ওলাই আহিল কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা(Kaliabor News)।

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

ছাত্ৰ সন্থাৰ আহ্বানত কলিয়াবৰৰ বিভিন্ন শিক্ষানুষ্ঠান সমূহৰ শিক্ষাৰ্থী সকলৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি সকলে এই ড্ৰাগছ বিৰোধী সমদলত অংশগ্ৰহণ কৰে।

চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ নেতৃত্বই।

লগতে পঢ়ক : WATCH | Sipajar News : ছিপাঝাৰৰ দুৱৰীপাৰাত লোক নিৰ্মাণ বিভাগৰ বিধ্বস্ত পকীপথ মেৰামতিৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ