Local, Vocal, Global

WATCH | Sumi Borah: কেতিয়া মুকলি আকাশৰ তললৈ আহিব চুমি বৰা?

নিউজ ডেস্ক,২২মে’ : ৰাজ্য কঁপোৱা ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত চুমি বৰাৰ জামিন মঞ্জুৰ।

ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ গোচৰত জামিন লাভ চুমি বৰাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে চুমি বৰাক।

বিগত বৰ্ষৰ ১২ ছেপ্টেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰাক(Sumi Borah)।

ট্ৰেডিং গোচৰৰ আটাইকেইটাতে জামিন লাভ চুমি বৰাৰ। অচিৰেই মুকলি আকাশৰ তললৈ আহিব চুমি বৰা।

লগতে পঢ়ক : WATCH | Leopard terror: ডিব্ৰুগড় মাইজানত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী!