Local, Vocal, Global

WATCH | Dalgaon News: দলগাঁৱত প্ৰজ্ঞান ভাৰতী আচঁনিৰ স্কুটি বিচাৰি একাংশ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

দলগাঁও,২১মে’ : প্ৰজ্ঞান ভাৰতী আচঁনিৰ স্কুটি বিচাৰি দলগাঁৱত একাংশ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ।

উচ্চতৰ মাধ্যমিকত ৮০% নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীয়েহে স্কুটি পাব বুলি চৰকাৰে ঘোষণা কৰাৰ পাছত হতাশ হৈ পৰিছে একাংশ ছাত্ৰ-ছাত্ৰী। পূৰ্বতে ৬০% নম্বৰৰ পৰা দিছিল এই আচঁনিৰ সুবিধা( Dalgaon News)।

সেয়ে পূৰ্বৰ সিদ্ধান্ত বাহাল ৰখাৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান এইসকল প্ৰতিবাদকাৰী ছাত্ৰীৰ। ” আমাক স্কুটি লাগিব, উই ৱান্ট জাষ্টিচ্ , প্ৰজ্ঞান ভাৰতী আচঁনি বাহাল ৰাখক” ধ্বনিৰে দলগাঁৱত সাব্যস্ত কৰে প্ৰতিবাদ।

লগতে পঢ়ক : WATCH | Doom Dooma News : নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এটা সপ্তাহৰ পিছতো শিক্ষাৰ্থীৰ বাবে মুকলি নহ’ল ডুমডুমা মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা