WATCH | Sensational incident : পৰকীয়া প্ৰেমৰ পৰিণতিত কামপুৰত চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ
কামপুৰ,২১মে’ : কামপুৰৰ পাছনিজাৰত নৃশংস হত্যাকাণ্ড।
স্বামীয়ে হত্যা কৰিলে পত্নী আৰু এজন টেট শিক্ষকক।
ভাড়া ঘৰৰ ভিতৰতে ৰ’ডৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ দুয়োকে(Sensational incident)।
নিহত পত্নী গীতা ৰানী দাস আৰু টেট শিক্ষক ভাস্কৰ নাথ।
হত্যাকাৰী স্বামী জয়কান্ত দাসে আত্মসমৰ্পন কৰে কামপুৰ থানাত।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
পৰকীয়া প্ৰেমৰ বাবে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ।
নিহত টেট শিক্ষক ভাস্কৰ নাথৰ ঘৰ মঙলদৈত বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : WATCH | Moral Policing in Gossaigaon : ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা