Local, Vocal, Global

WATCH | Akhil Gogoi : কংগ্ৰেছক ডেডলাইন দিলে অখিল গগৈৱে

নিউজ ডেস্ক,২০মে’ : হাতত মাত্ৰ আৰু দহ দিন ।

কংগ্ৰেছক ডেডলাইন দিলে অখিল গগৈৱে(Akhil Gogoi)।

মিত্ৰতাৰ প্ৰসংগত ৩০ মে’ৰ লৈকেহে অপেক্ষা কৰিব অখিল বাহিনীয়ে।

কি কাৰণে হোৱা নাই বিৰোধী ঐক্য মঞ্চ?

লগতে পঢ়ক : WATCH | Lurin Jyoti Gogoi: ‘নাৰীৰ বিৰুদ্ধে অন্যায় হ’লেও সবল ভূমিকা ল’ব লাগে’