Local, Vocal, Global

WATCH | Hatsingimari News : দক্ষিণ শালমাৰাত পাকিস্তানৰ সমৰ্থকক আটক

হাটশিঙিমাৰী,১৮মে’ : দক্ষিণ শালমাৰাত পাকিস্তানৰ সমৰ্থকক আটক।

সামজিক মাধ্যমত পাকিস্তানৰ সমৰ্থনত পোষ্ট কৰি আটক ৰাজু শেখ( Hatsingimari News)।

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ইনষ্টাগ্ৰামৰ বাতৰিত পাকিস্তানৰ পতাকা শ্বেয়াৰ কৰি পাকিস্তানক সমৰ্থন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ।

দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে এছ খুবুংগৰ নেতৃত্বত এ এছ আই আতোৱাৰ ৰহমানৰ আৰক্ষী কাটডাংগা মহৰিৰচৰত আভিযান চলাই ৰাজু শেখ(১৯) ক আটক কৰি কৰে।

লগতে পঢ়ক : WATCH | Road Accident : বাঁহ ভৰ্তি ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন ব্যক্তি