Local, Vocal, Global

WATCH | Guwahati News : চানমাৰিৰ নিৰ্মীয়মান উৰণসেতুত ভয়ংকৰ অঘটন

নিউজ ডেস্ক,১৭মে’ : চানমাৰিৰ নিৰ্মীয়মান উৰণসেতুত ভয়ংকৰ অঘটন

বিদ্যুত খুঁটাত লাগি আঘাতপ্ৰাপ্ত এজন শ্ৰমিক(Guwahati News)

শ্ৰমিকজনক ততাতৈয়াকৈ GMCHলৈ প্ৰেৰণ

আঘাতপ্ৰাপ্ত শ্ৰমিকজনৰ নাম ছাইফুল

চানমাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত

লগতে পঢ়ক : WATCH | Shivraj Singh Chauhan : নগাঁৱৰ চামগুৰিত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান