WATCH | Sootea News : চতিয়াত গ্ৰেপ্তাৰ তিনি গৰু চোৰক
চতিয়া,১৭মে’ : চতিয়াত গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷ অভিযানত গ্ৰেপ্তাৰ তিনি গৰু চোৰক(Sootea News)। ধৃত চোৰকেইটা ইছমাইল আলি ,চফিকুল ইছলাম আৰু মজামিল হক।
ধৃত চোৰ কেইটাৰ ঘৰ খাৰুপেটীয়াৰ বেচিমাৰীত ৷ চতিয়াত সঘনাই হোৱা গৰু চোৰৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে চোৰ কেইটাই।
লগতে পঢ়ক : WATCH | Nalbari News : মুকালমুৱা নাৰায়ণপুৰৰ নিৰ্জু বেগম নামৰ এগৰাকী মেধাৱী কিশোৰী সন্ধানহীন