Local, Vocal, Global

WATCH | Tragic incident : নদীত পৰি শিশুৰ সলিল সমাধি

জামুগুৰিহাট,১৭মে’ : শোণিতপুৰৰ অসম অৰুণাচল সীমান্তত অঘটন।

নদীত পৰি শিশুৰ সলিল সমাধি(Tragic incident)।

লগৰীয়াৰ সৈতে পুৱা খেলি থাকা অৱস্থাতে সংঘটিত হয় এই অঘটন।

ভালুকপুংৰ ১২ মাইলত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।

মৃত শিশুটিৰ নাম সমিঠা খাকলাৰী(২) বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Sonari News : গাঁও পঞ্চায়তৰ বিজয়ী প্ৰাৰ্থী সকলৰ অভিনন্দন