WATCH | Cachar News : কাছাৰত অমানৱীয় ঘটনা
কাছাৰ,১৭মে’ : কাছাৰত অমানৱীয় ঘটনা। নাবালিকাক গৰ্ভৱতী কৰাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকৰ জানিবলৈ দিয়া অনুসৰি, নাবালিকা গৰাকীয়ে মাতৃয়ে ঘটনা সন্দৰ্ভত কাটিগড়া থানাত অভিযোগ দাখিল কৰে(Cachar News)। কাটিগড়া আৰক্ষীয়ে পচকো আইনৰ অধীনত কাছাৰৰ গণিৰগ্ৰাম প্রথম খণ্ডৰ বাসিন্দা অভিযুক্ত যুৱক সালেহ আহমদক গ্ৰেপ্তাৰ কৰে। পাছত তেওঁক শিলচৰ আদালতলৈ প্ৰেৰণ কৰা হয়।
লগতে পঢ়ক : WATCH | Hajo News : ২০২৪ চনতে নিৰ্মাণ হোৱা হাজো ষ্টেডিয়াম আজিও খেলৰ বাবে অনুপযোগী