Local, Vocal, Global

WATCH | Jamugurihat News : শোণিতপুৰৰ ভালুকপুংত জব্দ হেৰই’ন,আটক সৰবৰাহকাৰী

জামুগুৰিহাট,১৭মে’ : শোণিতপুৰৰ ভালুকপুংত সন্দেহযুক্ত হেৰই’ন জব্দ।

চাৰিদুৱাৰ আৰক্ষীয়ে ভালুকপুংৰ পৰা আটক কৰিছে সৰবৰাহকাৰীসহ নিষিদ্ধ হেৰই’ন ৷

ধৃত সৰবাৰাহকাৰী জনৰ নাম বিকি লামা বুলি জানিব পৰা গৈছে(Jamugurihat News)।

জব্দকৃত হেৰই’নখিনিৰ মূল্য প্ৰায় ২০,০০০ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাওঁৰ গেন্ধালী কেন্দুগুৰি গাঁৱত ৭ দিনীয়া কাৰ্যসূচীৰে অৱিৰত অখণ্ড ভাগৱত পাঠ