Local, Vocal, Global

WATCH | Nagaon News : চামগুৰিৰ ৪টা জিলা পৰিষদতে জয়ী হ’ল কংগ্ৰেছ

নগাঁও,১৭মে’ : চামগুৰিৰ ৪টা জিলা পৰিষদতে জয়ী হ’ল কংগ্ৰেছ ।

হঠাৎ চামগুৰিত অস্তিত্বহীন হ’ল নেকি বিজেপি?

অগপ নেতা মজিবুৰৰ লগত ক’লা টি-চাৰ্ট পৰিধান কৰা যুৱক কেইজন বাউন্সাৰ নহয় নেকি …!

মজিবুৰৰ ঘৰৰ সন্মুখত কিয় দিয়া হৈছে আৰক্ষীৰ বেৰিকেড(Nagaon News)।

সংবাদ মেল সম্বোধন কৰি অগপ নেতা মজিবুৰৰ প্ৰতিক্ৰিয়া।

লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়াত বুজন পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী