Local, Vocal, Global

WATCH | Sonapur News : বিজয়ী প্ৰাৰ্থী সকলক সম্বৰ্ধনা ও অভিনন্দন দিয়াৰ উদ্দেশ্য বিজয় উৎসৱ

সোণাপুৰ,১৭মে’ : ডিমৰীয়া সম জিলাৰ চাৰিটা সমষ্টিত বিজেপি,মিত্ৰ জোটে দখল কৰা বিজয় প্ৰাৰ্থী সকলক সম্বৰ্ধনা আৰু অভিনন্দন দিয়াৰ উদ্দেশ্য আয়োজন কৰা হয় বিজয় উৎসৱ।

উক্ত বিজয় উৎসৱত উপস্থিত থাকে অসমৰ বিহু সম্ৰাট খগেন গগৈ,সদানন্দ গগৈ আৰু ৰঞ্জিৎ গগৈ(Sonapur News)।

অনুষ্ঠানত তিনি গৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে গীত পৰিবেশন কৰি বিজয়ী প্ৰাৰ্থী সকলক উৎসাহ জনায়।

লগতে পঢ়ক :WATCH | African swine fever: বৰপেটা জিলা প্ৰশাসনে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ