WATCH | Python recovered in Sonari : সোণাৰিৰ শিলঘাটত অজগৰ উদ্ধাৰ
সোণাৰি,১৫মে’ : সোণাৰিৰ শিলঘাটত অজগৰ উদ্ধাৰ।
বিমল শইকীয়া নামৰ এজন লোকৰ ঘৰত উদ্ধাৰ হয় অজগৰটো।
প্ৰকৃতিপ্ৰেমী ৰবীন বাইলুঙে অজগৰটো উদ্ধাৰ কৰি চমজাই দিয়ে বন বিভাগক(Python recovered in Sonari)।
দীৰ্ঘদিন ধৰি অঞ্চলটোত বিভিন্ন জনৰ ঘৰত হাঁহ-কুকুৰা খাই সন্ত্ৰাস সৃষ্টি কৰি অহাৰ অজগৰটোক ধৰিবলৈ সক্ষম হোৱাত গঞা ৰাইজে স্বস্তিৰ নিশ্বাস পেলাই।
লগতে পঢ়ক : WATCH | CBSE Exam Results: সদ্য ঘোষিত CBSE ৰ চূড়ান্ত পৰীক্ষাত ৯৪.২% নম্বৰেৰে উজলিল ঢেকীয়াখোৱাৰ অংকিতা