Local, Vocal, Global

WATCH | Silchar News : বন্ধ শিলচৰ-কালাইন সংযোগী ৰাষ্ট্রীয় ঘাইপথ

শিলচৰ,১৪মে’ : বন্ধ কৰি দিয়া হৈছে শিলচৰ-কালাইন সংযোগী ৰাষ্ট্রীয় ঘাইপথ। ধাৰাসাৰ বৰষুণৰ ফলত শিলচৰ-কালাইন পথৰ ভাঙ্গাৰপাৰত থকা বিকল দলঙত নির্মাণ কৰা ডাইভাৰচন ৰোড যিকোন সময় ভাঙি যাব পাৰে এনে আশংকাত বন্ধ কৰি দিয়া হৈছে যানবাহন চলাচল(Silchar News)।

হাৰাং নৈৰ জলস্তৰ বৃদ্ধি পোৱাত ডাইভাৰচন পথ ছিঙি যোৱাৰ আশংকা দেখা দিছে। দীর্ঘদিনৰ কৰা বিকল হৈ আছে ভাঙ্গাৰপাৰত থাকা হাৰাং নৈৰ ওপৰত থকা দলং।

লগতে পঢ়ক : WATCH | Road Accident : কাছাৰৰ কাটিগড়া-বৰখলা সংযোগী পথত ভয়ংকৰ দুর্ঘটনা