WATCH | Sipajar News : ছিপাঝাৰত জলসম্পদ মন্ত্ৰীৰ এক্সন
ছিপাঝাৰ,১৩মে’ : ছিপাঝাৰত জলসম্পদ মন্ত্ৰীৰ এক্সন।
হঠাৎ নিৰ্মাণৰত দিমিলা নদীৰ মথাউৰি পৰিদৰ্শন।
কামৰ নমুনা দেখি খঙত অগ্নিশৰ্মা মন্ত্ৰী পীযুষ হাজৰিকা(Sipajar News)।
জলসম্পদ বিভাগৰ অভিযন্তাক নিলম্বনৰ নিৰ্দেশ।
লগতে পঢ়ক : WATCH | Pijush Hazarika : অন কেমেৰা জলসম্পদ বিভাগৰ অভিযন্তাক নিলম্বন