Local, Vocal, Global

WATCH | Hajo News : হাজোত পুনৰ সাংগঠনিক ভেটি মজবুত দেখা গ’ল কংগ্ৰেছৰ

হাজো,১৩মে’ : হাজোত কংগ্ৰেছৰ দখলত এখন জিলা পৰিষদ আৰু তিনিখন আঞ্চলিক পঞ্চায়ত।

হাজোত পুনৰ সাংগঠনিক ভেটি মজবুত দেখা গ’ল কংগ্ৰেছৰ।

দুই নং পঞ্চতীৰ্থ জিলা পৰিষদ আৰু কলিটাকুচি গাঁও পঞ্চায়ত,শনিয়াদি গাঁও পঞ্চায়ত,বৰ্ণি গাঁও পঞ্চায়ত কংগ্ৰেছৰ দখলত(Hajo News)।

জিলা পৰিষদৰ প্ৰাৰ্থী মুনিয়াৰা বেগম,আঞ্চলিক সদস্য পদত ৰুকিয়া ৰেহেনা বেগম,কিছমত আলী, ডেৰাজ খানৰ জয় লাভ।

পঞ্চায়তৰ প্ৰতিটো সমস্যাই সমাধান কৰিবলৈ আগ্ৰহী বুলি সদৰী নিৰ্বাচিত কংগ্ৰেছৰ প্ৰতিনিধিসকলৰ।

লগতে পঢ়ক : WATCH | Moirabari News : লাহৰীঘাট সমজিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত মৰিগাঁও জিলা আয়ুক্ত