WATCH | Sipajhar News : দেওমৰনৈ-টেঙাবাৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী হেমন্ত কুমাৰ ডেকাৰ জয়লাভ
ছিপাঝাৰ,১৩মে’ : বিশ হাজাৰৰ অধিক ভোটত জয়ী দেওমৰনৈ-টেঙাবাৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী হেমন্ত কুমাৰ ডেকা।
অভিলেখ সৃষ্টি কৰি জয়ী হোৱা প্ৰাৰ্থী গৰাকীৰ প্ৰথম প্ৰতিক্ৰিয়া(Sipajhar News)।
লগতে পঢ়ক :WATCH | Moirabari News : মৈৰাবাৰী জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী পৰিমা খানমৰ বৃহৎ জয়