WATCH | North Guwahati : ৰাজ্যৰ BOXING খেলুৱৈ সকলৰ বাবে ভাল খবৰ

উত্তৰ গুৱাহাটী,১৩মে’ : ৰাজ্যৰ BOXING খেলুৱৈ সকলৰ বাবে ভাল খবৰ ।
উত্তৰ গুৱাহাটীৰ চন্দ্ৰা গাঁৱত নিৰ্মাণ এখন উন্নত মানদণ্ডৰ “BOXING ACADEMY”।
অসম গৌৰৱ, অলিম্পিয়ান লাভলীনা বৰগোহাঁইৰ উদ্যোগত নিৰ্মান কৰা হৈছে “BOXING ACADEMY” খন ।
“BOXING ACADEMY ” খনকলৈ ব্যস্ত আন্তঃৰাষ্ট্ৰীয় BOXER লাভলীনা ।
“ACADEMY ” খনৰ বাবে পাটিয়ালাৰ পৰা আনা হৈছে উন্নত মানদণ্ডৰ সামগ্ৰী( North Guwahati)।
অতি কম খৰচত ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈয়ে BOXINGৰ প্ৰশিক্ষণ ল’ব পাৰিব ACADEMY খনত ।
ৰাজ্যৰ চুকে কোনে লুকাই থকা প্ৰতিভাৱান খেলুৱৈ সকলক এখন মঞ্চ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই ACADEMY খন ।
অহা ২৫ মে’ত আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ব ACADEMY খন ।
উত্তৰ গুৱাহাটীৰ পিছত অসমৰ বিভিন্ন স্থানত মুকলি কৰা হ’ব LOVLINA BOXING ACADEMY.
লগতে পঢ়ক : WATCH | Unique Wedding : দুজোপা গছৰ মাজত সম্পন্ন হ’ল এখন বিবাহ