Local, Vocal, Global

WATCH | Rangia News : ৰাজ্যত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ১১ মে’ৰ পৰা আজি পৰ্যন্ত চলি আছে

ৰঙিয়া,১২মে’ : ৰাজ্যত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ১১ মে’ৰ পৰা আজি পৰ্যন্ত চলি আছে। এতিয়াও ৰাজহুৱা হ’বলৈ বাকী আছে বহুকেইটা পদৰ ফলাফল। ইতিমধ্যে ঘোষিত হোৱা ফলাফল অনুসৰি অধিকাংশ জিলা পৰিষদ দখল কৰিছে বিজেপি দলে।

অৱশ্যে তাৰ মাজতে কংগ্ৰেছও কিছু কিছু পঞ্চায়তত সাফল্য বুটলিবলৈ সক্ষম হৈছে। নিৰ্বাচনৰ শেহতীয়া ফলাফল অনুসৰি প্ৰায়বোৰ পঞ্চায়ততে বিজেপি – মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে(Rangia News)।

বৰ্তমানেও অব্যাহত আছে ৰঙিয়া সমজিলা আয়ুক্ত কাৰ্য্যালয়ত ভোট গণনা প্ৰক্ৰিয়া।

লগতে পঢ়ক : WATCH | Sipajar News : ছিপাঝাৰৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বিজেপি প্ৰাৰ্থী মোস্তাক হুছেইনৰ জয়