WATCH | Panchayat Election : মঙলদৈ মহাবিদ্যালয়ত বৰ্তমানেও অব্যাহত আছে ভোট গণনা
মঙলদৈ,১২মে’ : নাই টোপনি,নাই খোৱা তাৰ পাছতো নিজৰ প্ৰাৰ্থী গৰাকীক জয়ী কৰি ঘৰলৈ নিবলৈ এনেদৰে ৰৈ আছে ভোট কেন্দ্ৰৰ সন্মুখত শ শ জনতা। মঙলদৈ মহাবিদ্যালয়ত বৰ্তমানেও অব্যাহত আছে ভোট গণনা(Panchayat Election)।
লগতে পঢ়ক : WATCH | Sonari News : এটা ভোটেই সলনি কৰিলে খুৰছিদ আলমৰ জীৱন