Local, Vocal, Global

WATCH | Bilasipara News : বিলাসীপাৰা সম জিলাৰ কাৰ্যালয়ত অঘটন

বিলাসীপাৰা,১২মে’ : বিলাসীপাৰা সম জিলাৰ কাৰ্যালয়ত অঘটন।

কাৰ্যালয়খনত নিৰ্বাচনৰ কৰ্তব্য পালন কৰি থকাৰ সময়তে আৰক্ষী জোৱানৰ কৰুণ মৃত্যু।

উচ্চ ৰক্তচাপ জনিত কাৰণত মৃত্যু হয় শ্যামল চন্দ্ৰ ৰায় নামৰ এগৰাকী আৰক্ষী বিষয়া।

আৰক্ষী বিষয়াজন চাপৰ আৰক্ষী থানাত কৰ্মৰত আছিল(Bilasipara News)।

মৃত্যু আৰক্ষী বিষয়া জনৰ ঘৰ বঙাইগাও জিলাৰ টুলুঙীয়াত বুলি জানিব পৰা গৈছে।

ৰাতিপুৱা ৪:৩০ মান বজাত কাউন্টিং হলৰ কৰ্তব্য পালন কৰি থকা অৱস্থাত মৃত্যু হয় বিষয়া জনৰ।

লগতে পঢ়ক : WATCH | Nalbari News : ৫৪ নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্য পদত গীতা ডেকাৰ জয়লাভ