WATCH | Nalbari News : বৰক্ষেত্ৰীৰ পূৱ জাগাৰা ভৰশালত ব্যাপক উচাহ
নলবাৰী,১২মে’ : বৰক্ষেত্ৰীৰ পূৱ জাগাৰা ভৰশালত ব্যাপক উচাহ।
৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫৪ নং জাগাৰা-নপ্তিপাৰা গাওঁ পঞ্চায়তত ব্যাপক উচাহ।
৬ নং খণ্ডৰ সদস্যা পদৰ ৰাইজৰ মনোনীত প্রার্থী চুমি বৰা নাথৰ জয়লাভ(Nalbari News)।
লেম্পৰ ছবিত জয়লাভ কৰে প্ৰাৰ্থীগৰাকীয়ে।
লগতে পঢ়ক : WATCH | Hatsingimari News : মানকাচৰৰ চাৰিখন জিলা পৰিষদৰ ফলাফল