WATCH | Panchayat Election Result : মঙলদৈ ভোট গণনা কেন্দ্ৰত অৰাজকতা
মঙলদৈ,১১মে’ : মঙলদৈ ভোট গণনা কেন্দ্ৰত অৰাজকতা
বিজেপিৰ প্ৰাৰ্থী পৰাজয় হোৱাৰ পিছতো মানি ল’ব নিবিচাৰে পৰাজয় বৰণ
ওপৰ মহলত যোগাযোগ কৰি বিচাৰিছে নতুনকৈ ভোট গণনা(Panchayat Election Result)
আনহাতে আকৌ জয়ী হোৱা নিৰ্দলীয় প্ৰাৰ্থীয়ে নিবিচাৰে নতুনকৈ ভোট গণনা
জয়ী হোৱা নিৰ্দলীয় প্ৰাৰ্থী গৰাকীৰ অভিযোগ শুনক…
লগতে পঢ়ক : WATCH | Sensational incident : মহানগৰীৰ বশিষ্ঠত ট্ৰলী বেগৰ ভিতৰত উদ্ধাৰ শিশুৰ মৃতদেহ