Local, Vocal, Global

WATCH | Gossaigaon News : ভাঁওৰাগুৰী বিন্ন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুখাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীক সম্বর্ধনা

গোসাইগাওঁ,১১মে’ : ভাঁওৰাগুৰী বিন্ন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত সুখাতিৰে উর্ত্তীৰ্ণ হোৱা ছাত্র ছাত্রীক বিশেষ সম্বর্ধনা সভা সম্পন্ন।

কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ থানাৰ অন্তর্গত ভাঁওৰাগুৰী বিন্ন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ২০২৫ বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত সুখাতিৰে উর্ত্তীৰ্ণ হোৱা ছাত্র ছাত্রীক বিশেষ সম্বর্ধনা সভা সম্পন্ন(Gossaigaon News)।

২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সুখাতিৰে উত্তীর্ণ হোৱা ছাত্র ছাত্ৰীৰ সংখ্যা হৈছে অসমীয়া বিভাগৰ সংখ্যা হৈছে ৪০জন আৰু বড়ো মেড়িয়মৰ সংখ্যা হৈছে ৫ জন লগতে ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ সুখাতিৰে উর্ত্তিন হোৱাৰ সংখ্যা হৈছে কলা শাখাৰ সংখ্যা হৈছে ২০ জন আৰু বিজ্ঞান শাখাৰ সংখ্যা হৈছে ৩৪ জন।

লগতে পঢ়ক : WATCH | Nagaon News : নিজ ভেলোগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক পদত প্ৰাৰ্থীৰ জয়