WATCH | Panchayat Election Result : ১৭ নং পূব নকছাৰী আঞ্চলিক পঞ্চায়তৰ বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে বিজেপি প্ৰাৰ্থী
যোৰহাট,১১মে’ : আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। পুৱা ৮বজাৰ আৰম্ভ হৈছে ভোটগণনা ।
যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ ১২ টা কক্ষত ১২ খন জিলা পৰিষদৰ আৰম্ভ ভোটগণনা ।
এটা GP এটা ৰাউণ্ডত শেষ হ’ব ভোট গণনা(Panchayat Election Result)।
আনহাতে ১৭ নং পূব নকছাৰী আঞ্চলিক পঞ্চায়তৰ বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে বিজেপি প্ৰাৰ্থী ।