WATCH | Panchayat Election Result : সোণালী পঞ্চায়তত ১০ টা ৱাৰ্ডত বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ
সোণাৰি,৬মে’ : সোণাৰি সমষ্টিৰ সোণালী পঞ্চায়তত ১০ টা ৱাৰ্ডত বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ।
সোণালী পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ বিজেপি প্ৰাৰ্থী অঞ্জু ওৰাংৰ জয়লাভ9Panchayat Election Result)।
আনহাতে জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী সংগীতা গগৈৰ অগ্ৰগতি।
লগতে পঢ়ক : WATCH | Sensational incident : পুত্ৰৰ কুঠাৰৰ প্ৰহাৰত প্ৰাণ গ’ল পিতৃৰ