WATCH | Panchayat Election Result : চৰাইদেউ জিলাতো আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া
সোণাৰি,১১মে’ : চৰাইদেউ জিলাত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া।
জিলাখনৰ অন্তৰ্গত সোণাৰি সমষ্টিৰ ভোট গণনা সোণাৰি মহাবিদ্যালয়ত আৰু মাহমৰা সমষ্টিৰ ভোট গণনা মৰাণ মহাবিদ্যালয়ত স্থাপন কৰা গণনা কক্ষত ভোট গণনাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে(Panchayat Election Result)।
চৰাইদেউ জিলাৰ আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া ডাঃ নেহা যাদৱৰ তত্বাৱধানত ইতিমধ্যে পোষ্টেল বেলট সমূহৰ গণনা আৰম্ভ হৈছে।
লগতে পঢ়ক : WATCH | Moirabari News : ভোটগননা কেন্দ্ৰত গণনা সহায়ক অসুস্থ