WATCH | Panchayat Election Result : দেৰগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য বিজেপি প্ৰাৰ্থী ৰূপালী বাউৰীৰ জয়
দেৰগাঁও,১১মে’ : আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। দেৰগাঁৱত পুৱাৰে পৰা চলি আছে ভোটগণনা।
দেৰগাঁও সমষ্টিৰ ৫৯ নং উত্তৰ ঠেঙ্গাল খঙ্গীয়া বাগিছা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বিজেপি প্ৰাৰ্থী ৰূপালী বাউৰীৰ জয়(Panchayat Election Result)।