Local, Vocal, Global

WATCH | Narendra Modi chairs a high level meeting : নতুন দিল্লীত সেনা প্ৰধানৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক,১০মে’ : নতুন দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক।

উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বীৰ লগতে উপস্থিত থাকে তিনি সেনা প্ৰধান(Narendra Modi chairs a high level meeting)।

লগতে পঢ়ক : WATCH | Boko News : কামৰূপ জিলাৰ বামুণীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত পৰিৱেশ সজাগতা সভা