WATCH | Darrang News : দৰঙত এক হাজাৰ ইউনিট ৰক্ত দানৰ লক্ষ্য ৰাষ্ট্ৰীয় বজৰং দলৰ
দৰং,১০মে’ : দৰঙত এক হাজাৰ ইউনিট ৰক্ত দানৰ লক্ষ্য ৰাষ্ট্ৰীয় বজৰং দলৰ ৷
যুদ্ধত আঘাতপ্ৰাপ্ত বীৰ জোৱানক প্ৰয়োজনীয় তেজ দিবলৈ সাজু ৰাষ্ট্ৰীয় বজৰং দল ৷
প্ৰতিজন সুস্থ ব্যক্তিক ভাৰতীয় সেনাৰ কাৰণে ৰক্ত দান কৰিবলৈ আহ্বান(Darrang News)৷
সীমান্তত এফালে ভাৰতীয় সেনাবাহিনীৰ পাকিস্তানৰ যুদ্ধ আনফালে ৰক্ত দানৰ যুদ্ধ ৰাষ্ট্ৰীয় বজৰং দলৰ ৷ ভাৰতৰ সীমান্তত আঘাতপ্ৰাপ্ত সেনাৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় তেজ সংগ্ৰহ অভিযানত নামি পৰিছে ৰাষ্ট্ৰীয় বজৰং দল ৷ ইয়াৰ উপৰিও এক লাখ সুস্থ ব্যক্তিৰ তালিকা সাজু ৰাখিব ৰাষ্ট্ৰীয় বজৰং দলে ৷
লগতে পঢ়ক : WATCH | Biswanath News : বিশ্বনাথ চাৰিআলিত ২০ বছৰ সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত শিশু নিৰ্যাতনকাৰী বিশাল থাপাক