WATCH | Jagiroad News : ভাৰতীয় সৈন্যই পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰাৰ বাবে ধন্যবাদ জনালে জাগীৰোডৰ জনতাই
জাগীৰোড,৭মে’ : মঙলবাৰে নিশা ভাৰতীয় সৈন্যই পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰা ঘটনাত সন্তুষ্টি প্ৰকাশ কৰে জাগীৰোডৰ সাধাৰণ নাগৰিকে ৷
যোৱা এপ্ৰিল মাহত কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা নিৰীহ লোকৰ প্ৰত্তত্যুৰ ভাৰতীয় সৈন্যই পলমকৈ হ’লেও যে দিলে তাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে সামৰিক বাহিনীক ধন্যবাদ জনালে জাগীৰোডৰ সাধাৰণ জনতাই(Jagiroad News) ৷
লগতে পঢ়ক : WATCH | Panchayat Election : জাগীৰোডৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা লানি নিছিগা সোঁত