WATCH | Election violence : নিৰ্বাচনী হিংসা !বিজেপিক ভোট নিদিয়াৰ বাবেই মৰিয়াই হত্যাৰ চেষ্টা দুই ভাতৃক
নিউজ ডেস্ক,৬মে’ : নিৰ্বাচনী হিংসা কিমান ভয়ংকৰ হ’ব পাৰে জানেনে? বিজেপিক ভোট নিদিয়াৰ বাবেই মৰিয়াই হত্যাৰ চেষ্টা দুই ভাতৃক।
ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতাহ বলিছে। সাধাৰণ পঞ্চায়ত নিৰ্বাচনতেই বহু ঠাইত নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে। প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ শেষ হোৱাৰ পাছতেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ তুংগত উঠিছে শায়ক বিৰোধীয়ে( Elecation)।
তাৰ মাজতেই বিজেপিৰ কৰ্ম কাণ্ডক লৈ উঠিছে প্ৰশ্ন।
অভিযোগ মতে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি দলক ভোট নিদিয়াৰ বাবেই দুই ভাতৃক প্ৰাণে মৰাৰ চেষ্ঠা দুর্বৃত্তৰ। শিলচৰ চিকিসা মহাবিদ্যালয়ত গুৰুতৰ ভাৱে আঘাত পোৱা দুই ভাতৃ চলি আছে চিকিসা। ইয়াৰে এইগৰাকী ভাতৃৰ পত্নীৰ গুৰুতৰ অভিযোগ।
সোনাইবা়ডিঘাট-বাগপুৰ সমষ্টিৰ জিলা পৰিষদৰ প্ৰাৰ্থীক ভোট নিদিয়াৰ অভিযোগ। দুই ভাতৃৰ বিৰুদ্ধে। দুই ভাতৃয়ে নিশা নিজৰ দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ পথত দুই ভাতৃ ।
হাচিম উদ্দিম আৰু আব্দুল মনাফক হত্যাৰ চেষ্টা কৰে দুর্বৃত্তই। ঘটনাৰে জড়িত দোষীক শাস্তি অতি সোনকালে শাস্তি দিয়াৰ দাবী পত্নীৰ।
লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়াত দিনৰ পোহৰতে ডকাইতি কাণ্ড