Local, Vocal, Global

WATCH| Debabrata Saikia : ‘বিজেপিৰ সৈতে গোপন মিতিৰালি আছে অখিল গগৈৰ’

নিউজ ডেস্ক,৬মে’ : বিধায়ক অখিল গগৈৰ বক্তব্যৰ প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ

‘বি জে পিৰ সৈতে গোপন মিতিৰালি আছে অখিল গগৈৰ’

‘অখিল গগৈয়ে মোৰ বিৰুদ্ধে কিয় অপপ্ৰচাৰ চলাইছে নাজানো(Debabrata Saikia)’

মোৰ সমষ্টিৰ এলেকা কৰ্তন কৰি শিৱসাগৰত অন্তৰ্ভুক্ত কৰা হৈছে’

‘সংখ্যালঘুৰ সমৰ্থনত বিধানসভাত অখিল গগৈয়ে কিবা কৈছিলনে’?

‘বিধান সভাত অখিল গগৈয়ে মোক শ্ৰুতলিপি দিয়াৰ চেষ্টা কৰিছিল’

‘বৃহৎ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অখিলে ক’ত ধন পাইছে’?

লগতে পঢ়ক : WATCH | Mushalpur News : মুছলপুৰৰ সমীপৱৰ্তী ভেহবাৰীত ৰাইজৰ সৈতে আলোচনা বিপিএফৰ কেন্দ্ৰীয় নেতা আগষ্টুচ তিগ্গাৰ