WATCH | Pijush Hazarika : ”মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কষ্ট ৰাইজে দেখিছে,ৰাইজে ভোট দিব”
সোণাপুৰ,৬মে’ : সোণাপুৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ বিশাল সভাত মন্ত্ৰী পীয়ুষ হাজৰিকা ৷সভাত মন্ত্ৰী অতুল বৰা,বিধায়ক সঞ্জয় কিষান ,বিধায়ক অতুল বৰা, অগপৰ সাধাৰন সম্পীদক ড0 তপন দাস উপস্থিত থাকে(Pijush Hazarika) ৷
কংগ্ৰেছ দলক চোকা সমালোচনা কৰি মন্ত্ৰী গৰাকীয়ে কয় যে অসমত ৬০ বছৰ শাসন চলোৱা কংগ্ৰেছে উন্নয়নৰ নামত কি কৰিলে সেয়া সকলোৱে জানে ৷
কিন্তু বিজেপি চৰকাৰৰ উন্নয়নৰ আচঁনিয়ে এতিয়া সকলোকে উন্নয়নৰ পথত আগুৱাই যোৱাত সহায় কৰিছে বুলিও কয় মন্ত্ৰী গৰাকীয়ে ৷