Local, Vocal, Global

WATCH | Election violence : হাজোত নিশা নিৰ্বাচনী হিংসা

হাজো,৬মে’ : দামপুৰ আমদলাত নিশা উত্তপ্ত পৰিস্থিতি।

ধন বিতৰনক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

গাঁওসভাৰ সদস্য পদৰ বাবে বিতৰণ কৰিব আহিছিল ধন(Election violence)।

মেৰিনা বেগম নামৰ এগৰাকী সদস্য প্ৰাৰ্থীৰ বিৰুদ্ধে ধন বিতৰণৰ অভিযোগ।

স্থানীয় লোকে আবদ্ধ কৰিলে এখন বাহনসহ কেইবাজনো লোকক।

লগতে পঢ়ক : WATCH | Road Accident : লামডিং-লংকা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা