WATCH | Heated situation : নিশা চাপৰৰ পুঠিমাৰীত উত্তপ্ত পৰিস্থিতি
চাপৰ,৬মে’ : নিশা চাপৰৰ পুঠিমাৰীত উত্তপ্ত পৰিস্থিতি।
নিৰ্বাচনী প্ৰচাৰক লৈ এই উত্তপ্ত পৰিস্থিতি।
নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি নিশা এগৰাকী ৱাৰ্ড সদস্যৰ প্ৰাৰ্থীৰ হৈ ধন আৰু কাপোৰ বিলোৱাৰ অভিযোগ।
ধীৰেৰচৰ তাৰাংগাপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত শিমলাবাৰী প্ৰথম খণ্ডৰ ৱাৰ্ড সদস্য আবুল হুছেইনৰ হৈ কাপোৰ আৰু ধন বিলোৱাৰ অভিযোগ।
ৱাৰ্ড সদস্যৰ খুড়াৰ ল’ৰা আৰু তিনিজন লোকে মিলি নিশা গাড়ী লৈ শিমলাবাৰী গাঁৱত সোমায়(Heated situation)।
গাঁৱৰ ৰাইজে গম পাই গাড়ীসহ এজনক আটক কৰে যদিও বাকী কেইজন পলাই যায়।
ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ আটকাধীন লোকজন আৰু গাড়ী খন জব্দ কৰি থানালৈ লৈ আহে।
আটাইতধীন লোকজন হামিদুল বুলি জানিব পৰা গৈছে।